5 Tips about Assamese synonyms You Can Use Today

অপবাদ, অপযশ, আবিলতা, কালিমা, কুখ্যাতি, গ্লানি, চেকা, দাগ, দুৰ্নাম, বদনাম, মলিনতা, মালিন্য৷

দুৰ্গন্ধ, পূতিগন্ধ, পূতি, বেয়া গোন্ধ৷

চক্ৰ, বৈঠক, মজলিচ, মেল, সভা, সন্মিলন, সন্মেলন, সম্মিলন, সম্মেলন৷

অখিলাত্মা, অজৰ, অনন্ত, অনাদি, অমৰ, অক্ষৰ, আদিনিৰঞ্জন, আল্লা, আল্লাহ, ইচ্ছাময়, ঈশ্বৰ, ঋতম্ভৰ, ওপৰৱালা, কৰিম, কৰুণাময়, খোদা, খোদাতাল্লা, গড, গোসাঁই, চিদানন্দ, জগতপতি, জগদীশ, জগদীশ্বৰ, জগন্নাথ, জগন্নিৱাস, জগবন্ধু, জগৎপিতা, জগৎকৰ্তা, জগৎস্ৰষ্টা, দয়াময়, দীননাথ, দীনবন্ধু, ধাতা, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, পতিত-পাৱন, পৰমপিতা, পৰমপুৰুষ, পৰমব্ৰহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ, পৰমেশ্বৰ, পৰাৎপৰ, প্রভু, বিধাতা, বিভু, বিৰাটপুৰুষ, বিশ্বাত্মা, ভগৱান, ভুৱনেশ্বৰ, ভূমা, মালিক, সচ্চিদানন্দ, সনাতন, সৃষ্টিকৰ্তা, স্বয়ম্ভু৷

অত্বৰ, অদ্ৰুত, অশীঘ্ৰ, ধীৰ, বিলম্বিত, মন্দ, মন্থৰ, মৃদু, লাহে লাহে যোৱা বা হোৱা, লেহেম, শ্লথ, ৰৰৈয়া৷

কণ্টকফল, কণ্টকীফল, কণ্টফল, পুতফল, ফলকণ্টক৷

অচলাধিপ, অদ্ৰিৰাজ, অদ্ৰীশ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্ৰ, গিৰীশ, নগপতি, নগাধিপ, নগেন্দ্ৰ, নগৰাজ, পৰ্বতপতি, পৰ্বতৰাজ, শৈলেন্দ্ৰ, হিমাচল, হিমাদ্ৰি, হিমালয়৷

অগনি-কালিকা, অগ্নিকণা, অগ্নিকলাই, ফিৰিঙতি, স্ফুলিংগ৷

অতিচাৰ, অসুবিধা, অস্বস্তি, আওখটি, আখটি, আতিশয্য, আমনি, উপদ্ৰৱ, উৎপীড়ন, জুলুম, দিগ, দিগদাৰি, দৌৰাত্ম্য, নিপীড়ন, নিৰ্যাতন, পীড়ন৷

অবশ, অবাধ্য, আবৰী, উচ্ছৃংখল, উদ্দাম, নিয়ম নমনা৷

উদৰপৰায়ণ, উদৰসৰ্বস্ব, ঔদৰিক, খঁকুৱা, পেটুক, ভোজনপ্ৰিয়, ভোজনবিলাসী, ৰাইকহ, ৰাহু৷

আহুতি, আহৱ, ইজ্যা, ইষ্ট, ইষ্টি, ক্ৰতু, বষট্কাৰ, মেধ, যজ্ঞ, যাগ, যাগ-যজ্ঞ, স্তোম, হুতি, হোম, হোৱত্ৰ, হৱ, হৱন৷

অগসুতা, অগাত্মজা, অদ্ৰিজা, অপৰ্ণা, উমা, গিৰিকুমাৰী, গিৰিনন্দিনী, গিৰিবালা, গিৰিসুতা, গি‍ৰিজা, গৌৰী, জগদ্‌গৌৰী, দক্ষকন্যা, দক্ষজা, দাক্ষায়ণী, নগনন্দিনী, পৰ্বতদুহিতা, পৰ্বতসুতা, পাৰ্বতী, ভৱানী, মহেশানী, মহেশী, শংকৰী, শিৱপত্নী, শিৱপ্ৰিয়া, শিৱা, শি‍ৱানী, শৈলজা, শৈলেয়, শৈ‍লসুতা, হিমালয়নন্দিনী৷

অধিপতি, অধিপ, অধিপতি, অধিভূ, অধিৰাজ, অধীশ, অধীশ্বৰ, অৱনীপতি, অৱনীশ, একজন্মা, ঐষ্ণীক, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, ক্ষৌণীশ, চক্ৰপাল, ছত্ৰপতি, জাহাঁপনা, দণ্ডধৰ, দেশপতি, দেশাধিপতি, নিজাম, নৃপ, নৃপতি, নৃপবৰ, নৃপমণি, নৃপাল, নৰদেৱ, নৰপতি, নৰপাল, নৰাধিপ, নৰেন্দ্ৰ, নৰেশ, পাতচা, পেছোৱা, প্রজেশ, প্ৰজানাথ, প্ৰজাপালক, প্ৰজেশ্বৰ, বাদশ্বাহ, ভূপ, ভূপতি, ভূমিপ, ভূমীন্দ্ৰ, মহাৰাজ, মহাৰাণা, মহীশ, মানৱেন্দ্ৰ, মুকুটধাৰী, লোকপাল, লোকপালক, শ্বাহ, সামন্তেশ্বৰ, স্বৰ্গদেউ, ৰজা, ৰাজ, ৰাজচক্ৰৱৰ্তী, ৰাজন, ৰাজশেখৰ, ৰাজাধিৰাজ,সম্ৰাট, website ৰাজেন্দ্ৰ, ৰাজ্যেশ্বৰ, ৰাজৰাজেশ্বৰ, ৰাণা৷

Leave a Reply

Your email address will not be published. Required fields are marked *